ধৰ্ম – নাজমিনা মজিদ

ধৰ্ম 

নাজমিনা মজিদ

কোন সাহসত অইন ধৰ্মৰ ল’ৰা হৈ মোৰ একমাত্ৰ ছোৱালীজনীৰ কাৰণে বিয়াৰ প্ৰস্তাৱ দিছা ইমৰাণে ৰঙা চকুৰে ৰমেনক ক’লে । সম্পত্তিৰ লালসাত ?
                সময়ৰ কি খেল দুবছৰ পিছত জিমিৰ দেউতাক ইমৰাণৰ পথ দুৰ্ঘটনা হৈ  পথত পৰি থকা দেখা পাই ৰমেনে চিকিৎসালয়ত ভৰ্তি কৰালে । তেজৰ প্ৰয়োজন হ’ল । ঈশ্বৰৰ কৃপাত ৰমেণৰ সৈতে ইমৰাণৰ তেজৰ গ্ৰুপ একে  এ পোজিটিভ । ৰক্তদান কৰি জিমিৰ দেউতাক ৰমেনে ক’লে, দেউতা তেজৰ কোনো ধৰ্ম নাই, জাতি নাই । গ্ৰুপ মিলিলেই হ’ল ।