ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অঘটন

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অঘটন

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অঘটন। অৱতৰণত অসুবিধাৰ সন্মুখীন দুখনকৈ ইণ্ডিগ’ বিমান। প্ৰায় ৫০ মিনিট ধৰি আকাশতে থাকে বিমান দুখন।  দুয়োখন বিমানত আছে ১৮০ গৰাকী লোক। ইয়াৰে এখন বিমান আছিল দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অহা ইণ্ডিগ’ বিমান। আনখন বিমান আছচিল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যোৱা। জানিব পৰা মতে ইনষ্ট্ৰুমেণ্টেল লেনডিং চিষ্টেম বন্ধ হৈ থকাৰ বাবে অৱতৰণত অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে বতৰ প্ৰতিকুল হোৱাৰ বাবেও সন্মুখীন হৈছে অসুবিধাৰ।