পাঠশালাত পথ দুৰ্ঘটনা

পাঠশালাত পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- পাঠশালাৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন এল্ট’ বাহন। বাহনখনত থকা ৫গৰাকী যাত্ৰী আহত হয়। বঙাইগাঁৱৰ পৰা ঢেকীয়াজুলি অভিমুখে গৈ আছিল বাহনখন। বাহনখনত আছিল দুই শিশুও। আহতসকলক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত পাটাছাৰকুছি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লোকসকলক।