ধেমাজিত গছ পৰি এজনৰ কৰুণ মৃত্যু

ধেমাজিত গছ পৰি এজনৰ কৰুণ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ধেমাজিত গছ পৰি এজনৰ কৰুণ মৃত্যু।  বিয়লি অহা এজাক বৰষুণ আৰু প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ধেমাজি নিলখৰ পিটি আৰন্ধৰা নামৰ এজন লোকৰ। ৰাস্তাৰে নিজৰ মটৰচাইকেল চলাই আহোঁতে হঠাতে বৃহৎ গছ উভালি  লোকজনৰ ওপৰত পৰাত থিতাতে মৃত্যুমুখত পৰে লোকজন।ধেমাজি নগৰৰ আৰক্ষী অধীক্ষকৰ আৱাস গৃহ তথা ধেমাজি প্ৰেছ ক্লাবৰ সন্মুখতে এই দুৰ্ঘটনা সংঘটিত হয়। লোকজনৰ বাইকৰ নম্বৰ আছিল AS 22 F2173।