হৰিদ্বাৰত মূল পথৰ পৰা  তলত বাছ বাগৰি পৰাৰ ফলত ২জন নিহত ৪ জন আহত

PC NDTV.com

হৰিদ্বাৰত মূল পথৰ পৰা  তলত বাছ বাগৰি পৰাৰ ফলত ২জন নিহত ৪ জন আহত

ৰঙিলী বাৰ্ত্তাসেৱা-  হৰিদ্বাৰৰ মূল পথৰ পৰা ২০ মিটাৰ  তলত বাছ বাগৰি পৰাৰ ফলত ১০ মহীয়া শিশু আৰু বাছ কণ্ডাক্টৰৰ মৃত্যু হয়। ৰূপহিয়াৰ পৰা হৰিদ্বাৰলৈ গৈ থকা বাছখনৰ দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছিল। আটাইকেইজন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।