অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰৰ অকাল বিয়োগত ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰৰ অকাল বিয়োগত ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  এক ভয়ানক পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰৰ অকাল বিয়োগত ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধীকাৰীয়ে মৰ্মাহত হোৱাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তাপ্ত  পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।