গুৱাহাটীৰ খাৰঘূলিত জলবিস্ফোৰণ,এজন মৃত্যু

গুৱাহাটীৰ খাৰঘূলিত জলবিস্ফোৰণ,এজন মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ খাৰঘূলিত  জলবিস্ফোৰণ সংঘটি হয়।যাৰ ফলত এজন মৃত্যুত পৰে৷জানিব পৰা মতে জাইকাৰ পাইপ ফুটি ৫০০ মিটাৰ পৰ্যন্ত পানী উফৰি পৰে।যাৰ বাবে সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলা থিতাতে নিহত হয়।এগৰাকী সংকটজনক অৱস্থাত আছে।অঞ্চলটোত ঘৰ দুৱাৰৰ উপৰি বহু সামগ্ৰী অনিষ্ট হয়৷আহত কেইজনৰ ভিতৰত ৰাজীৱ দাস, দীপা দাস, নিৰ্মল দাস, মৃদুলা হালৈ, দৈৱকী হালৈ আদি৷