অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ দাবীত ৰঙিয়াত ডি ৱাই এফ আই-এছ এফ আইৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- অ’ভাৰলেপিং বন্ধ কৰি ৫১ হাজাৰ পদৰ বিপৰীতে ৫১ হাজাৰক নিযুক্তি দিয়া আৰু ২৬ মে’ৰ পূৰ্বে পৰৱৰ্তী তালিকা প্ৰকাশ কৰাৰ দাবীত আজি কামৰূপ জিলাৰ ৰঙিয়াত দুই সংগঠনৰ উদ্যোগত প্ৰতিবাদ কৰা হয়।প্ৰতিবাদ স্হলীত সংগঠনটোৰ কেইবাজনো বিষয়ববীয়া উপস্হিত থাকে৷
