এজাক ধুমুহা
নিস্তব্দ ৰাতিৰ
অশান্ত কোলাহলত
এজাক ধুমুহাই
ভাঙি চূড়মাৰ কৰিলে
সপোনৰ বালিঘৰ…
সেউজ পথাৰ
কৰিলে ছানবান…
তথাপিও জীয়াই
অক্লান্ত হেঁপাহ,
কিবা কৰাৰ আশাত,
পোৱাৰ আশাত…
নজৰুল ইছলাম
স্নাতকোত্তৰ শিক্ষক
অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, অভয়াপুৰী