বাঘৰ আক্ৰমণত এটি ৭ বছৰীয়া শিশুৰ মৃত্যু

বাঘৰ আক্ৰমণত এটি ৭ বছৰীয়া শিশুৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  নামৰূপত বাঘৰ আক্ৰমণত এটি ৭ বছৰীয়া শিশুৰ মৃত্যু। নামৰূপ ছত্তিশপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। মৃত শিশুটিৰ নাম শিৱা কেওট বুলি জানিব পৰা গৈছে। নিশা বাগিচাৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। ঘটনাস্থলীত নিশাই উপস্থিত হয় আৰক্ষী।