নিলিখা কবিতা বোৰ – মিন্টু গোৱলা April 20, 2023 Rongili Barta নিলিখা কবিতা বোৰ মিন্টু গোৱলা, লখিমপুৰ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ টোপোলাটো ছন্দৰ ৰহন সানিব নোৱাৰা বাবেই নিলিখা হʼলো কবিতা বোৰ কেতিয়াবা অনুভৱ বোৰ বৰকৈ বুকুৰ ভিতৰত খুন্দিয়াই থাকে, যেতিয়া অনুভৱী হৈ অকলে নিজানত বহো ।