শিল্পগ্ৰামত কৰ্মশালা সামৰণি

শিল্পগ্ৰামত কৰ্মশালা সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰমাত আয়োজিত কৰ্মশালাখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰা ৭দিনীয়া কৰ্মশালা খনত অসমৰ ৮৫০ গৰাকী ছাত্ৰ/ছাত্ৰী তথা বিহু প্ৰেমীয়ে অংশগ্ৰহণ কৰিছিল৷ আজি সংস্কৃতি মন্ত্ৰণালয়ৰ ফালৰ পৰা মানপত্ৰ বিতৰণী আৰু বিহু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷