অণু কবিতা- এছ ইছলাম February 19, 2023 Rongili Barta অণু কবিতা এছ ইছলাম,শিক্ষক মইনবৰী,বৰপেটা পিতৃয়ে শিকাই থৈ যোৱা শাওনৰ দুপৰীয়া পথাৰৰ সোণালী সপোনটো আজিও নাঙলৰ সীৰলুত খেদি ফুৰে মোক সোণ ফলাবলৈ।