বিধিৰ বিধান
“বাতৰি বিতৰক যোগেন কলিতাৰ দেহাৱসান।”
-প্ৰত্যেকখন বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত এটাই মাথোঁ বাক্য।
ৰ’দ বৰষুণ ধুমুহা বতাহ ইত্যাদি নেওচি প্ৰত্যেক ঘৰে ঘৰে বাতৰি কাকতৰ যোগান ধৰা মানুহজনৰ আজি প্ৰত্যেকখন বাতৰি কাকতৰ “হেডলাইন” হ’ব লগা হ’ল।
কাজি শ্বাহাদত ইছলাম
সোণাইগুলি, দক্ষিণগাঁও