সংখ্যা গীত- কৌস্তৱ গগৈ

সংখ্যা গীত…

একে একে দুই
নাথাকিবা শুই
দুয়ে দুয়ে চাৰি
হোৱা শাৰী শাৰী।
তিনিয়ে তিনিয়ে ছয়
নকৰিবা ভয়
চাৰিয়ে চাৰিয়ে আঠ
পঢ়া নিজৰ পাঠ।
পাঁচে পাঁচে দহ
ঢাৰি-পাটী ল।

 কৌস্তৱ গগৈ
চতুৰ্থ শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয় 
টীয়ক,যোৰহাট