নাৰায়ণপুৰৰ ২নংৰামপুৰত তিনিদিনীয়া কাৰ্য সূচীৰে লক্ষ্মী পুজা আয়োজন

নাৰায়ণপুৰৰ ২নংৰামপুৰত তিনিদিনীয়া কাৰ্য সূচীৰে লক্ষ্মী পুজা আয়োজন

লখিমপুৰ,কৃষ্ণ ৰাভা,ৰঙিলী বাৰ্ত্তাসেৱা- নাৰায়ণপুৰৰ ২নংৰামপুৰত তিনিদিনীয়া কাৰ্য সূচীৰে লক্ষ্মী পুজা আয়োজন কৰে । প্ৰথম দিনা নাম প্ৰসংগৰে আৰু দ্বিতীয় দিনা বিভিন্ন স্থানৰ পৰা নিমন্ত্ৰণ কৰা শিল্পীৰ দ্ধাৰ উচ্চ আৰু নিম্ন শাখাৰ নৃত্য প্ৰতিযোগিতা আৰু তৃতীয় দিনা জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ দ্ধাৰা গীতৰ শৰাই ।।।