সেই প্ৰেমৰ ষ্টেচনটোত – হেৰম্ব নাথ

Pc Pexels

সেই প্ৰেমৰ ষ্টেচনটোত

হেৰম্ব নাথ

বহু কথা আছিল ক’বলৈ
কোৱাই নহ’ল বুকুৰ কথাবোৰ
ল’গ পাম চাগে আকৌ
সেই প্ৰেমৰ ষ্টেচনটোত
প্ৰাণখুলি ক’ম
আধৰুৱা কথাবোৰ
কিয় তোমাৰ মৰম বিচাৰি
খাইছিলোঁ হাবাথুৰি…..!