ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই  এঘৰীয়া হৈ আছে এটি পৰিয়াল

ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই  এঘৰীয়া হৈ আছে এটি পৰিয়াল

ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই  এঘৰীয়া হৈ আছে এটি পৰিয়াল। নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত তিনি বছৰ ধৰি এঘৰীয়া এটা পৰিয়াল।ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি অপূৰ্ব দাস নামৰ যুৱকজনে তিনি বছৰ পূৰ্বে ঘৰৰ পাছফালে খুলিছিল এখন ব্ৰইলাৰৰ ফাৰ্ম।ব্ৰয়লাৰ পুহি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা অপূৰ্ব দাসে যেন ভুল কৰি পেলালে সমাজৰ দৃষ্টিত।ব্ৰইলাৰ ফাৰ্মখন খোলাৰ বাবেই সমাজৰ পৰা ৰাইজে এঘৰীয়া কৰিলে অপূৰ্ব দাসৰ পৰিয়ালটোক।অপূৰ্ব দাসৰ ককাই ভাই,আত্মীয়কো সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিছে ৰাইজে।তিনি বছৰ ধৰি এঘৰীয়া হৈ আছে অপূৰ্ব দাসৰ পৰিয়ালটো।ব্ৰইলাৰ ফাৰ্মখন খোলাৰ বাবেই সমাজৰ পৰা ৰাইজে এঘৰীয়া কৰিলে অপূৰ্ব দাসৰ পৰিয়ালটোক।অপূৰ্ব দাসৰ ককাই ভাই,আত্মীয়কো সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিছে ৰাইজে।তিনি বছৰ ধৰি এঘৰীয়া হৈ আছে অপূৰ্ব দাসৰ পৰিয়ালটো।