আজিৰ ৰাশিফল

Pc News18

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৯ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১৫ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , পঞ্চমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম প্ৰাপ্তিৰ যোগ চলিছে |
বৃষ = কনিষ্ঠৰ লগত বিৰোধ হব পাৰে |
মিথুন = জ্ঞান লাভৰ সুযোগ পাব |
কৰ্কট = যশ, আৰু সন্মান বৃদ্ধি হোৱা দেখা যায় |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হব |
কন্যা = গৃহ উন্নতিৰ যোগ আছে |
তুলা = কাৰোবাৰ পৰা ক্ষতি হব পাৰে |
বৃশ্চিক = সামাজিক প্ৰশান্তি লাভ কৰিব |
ধনু = সৰুৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = ব্যায়াধিক হোৱা দেখা যায় |