আজিৰ ৰাশিফল

Pc-Vector Stock

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১৬ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ২ চেপ্তেম্বৰ |
শুক্লা পক্ষ , ষষ্ঠী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = চিন্তা বৃদ্ধি হব |
বৃষ = নতুন বন্ধু লাভ কৰিব |
মিথুন = কৰ্মত প্ৰশংসা লাভ কৰিব |
কৰ্কট = এলাহ বৃদ্ধি হব |
সিংহ = কাৰ্য্য সিদ্ধি লাভ কৰিব |
কন্যা = বন্ধুৰ লগত মনোমালিন্য ঘটিব |
তুলা = কৰ্মত সফলতা অৰ্জন কৰিব |
বৃশ্চিক = আয় বৃদ্ধি কৰিব পাৰিব |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = বন্ধুৰ পৰা ক্ষতি হব |
কুম্ভ = কৰ্মত সংঘাত দেখা যায় |
মীন = উদৰ পীড়াই দেহত কষ্ট দিব |