আজিৰ ৰাশিফল

Pc-Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১৪ তাৰিখ বুধবাৰ , ইংৰাজী ৩১ আগষ্ট |
শুক্লা পক্ষ , চতুৰ্থী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মত পৰিবৰ্তন অাহিব পাৰে |
বৃষ = সমস্যাৰ সমাধান ঘটিব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিব পাৰিব |
কন্যা = মনত হতাশা আহিব |
তুলা = এলাহ বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = ভ্ৰমন যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = আশা ভংগৰ যোগ আছে |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ আছে |