অসম বিধান সভাৰ বিশেষ অধিবেশন স্থগিত
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধান সভা সচিবালয়ে এক অধিসূচনা যােগে জনাইছে যে, অসম বিধান সভাৰ বিশেষ অধিবেশন যােৱা ১৭ আগষ্ট, ২০২২ তাৰিখে অনুষ্ঠিত হােৱা বৈঠকৰ অন্তত স্থগিত ৰখা হয়।