পয়গম্বৰৰ মন্তব্যক লৈ গ্ৰেপ্তাৰ কৰা তেলেংগানাৰ বিধায়ক ৰাজা সিঙক নিলম্বন কৰিলে বিজেপিয়ে

Pc India Tv News

পয়গম্বৰৰ মন্তব্যক লৈ গ্ৰেপ্তাৰ কৰা তেলেংগানাৰ বিধায়ক ৰাজা সিঙক নিলম্বন কৰিলে বিজেপিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-   বিজেপিৰ তেলেংগানাৰ বিধায়ক টি ৰাজা সিঙক পয়গম্বৰ মুহাম্মাদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পিছত দলটোৱে নিলম্বন কৰে। দলটোৱে সিঙক ১০ দিনৰ কাৰণ দৰ্শোৱাৰ জাননী দিছিল, তেওঁক কিয় বহিষ্কাৰ কৰিব নালাগে বুজাবলৈ কৈছিল। হায়দৰাবাদত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।