কচুৱাৰ থানাৰ কাষতে চলিছে জুৱাৰ আড্ডা 

Pc Sangbad365

কচুৱাৰ থানাৰ কাষতে চলিছে জুৱাৰ আড্ডা 

কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- গোপন কেমেৰাত সংগ্ৰহ কৰা ভি ডি অ ভাইৰেল।সাংবাদিকক দেখি পলাই যায় জুৱাৰীয়ে।আগে আগে জুৱাৰী পাছে পাছে খেদিছে সাংবাদিকে বৃহস্পতি বাৰে সন্ধ্যাৰ ভাগত কচুৱা থানাৰ কাষতে এটা জুৱা আড্ডা চলি থকাৰ সময়তে সাংবাদিকক দেখি পথাৰৰ বোকাৰ মাজৰে পলাই যায় জুৱাৰী দলটোৱে।উল্লেখ্য যে দীৰ্ঘদিন ধৰি অভিযোগ মতে চাহাজাহান আৰু ছাদ্দাম হুছেইন নামৰ দুজন লোকৰ নেতৃত্বত চলে এই জুৱাৰ আড্ডাটো। লোক দুজন ঘৰ কান্দা পাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে।কচুৱাৰ থানাৰ কাষতে চলি আহিছে জুৱাৰ আড্ডা ।গোপন কেমেৰাত সংগ্ৰহ কৰা ভি ডি অ ভাইৰেল হৈছিল সামাজিক মাধ্যমত।ইয়াৰ পিছতে জুৱাৰ আড্ডাত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত সাংবাদিক তাৰ পাছত পৰিস্থিতি এইয়া।