আজিৰ ৰাশিফল

pc- Mint

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ২৩ তাৰিখ মংলবাৰ , ইংৰাজী ৯ আগষ্ট |
শুক্ল পক্ষ , দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৫/২২ মি.
সূৰ্য্যোস্থয় = ৬/১/২৬ মি.

ভক্ষ্যাভক্ষ্যঃ= শূৰৈশাক খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = ভ্ৰমনত কষ্ট ভোগ কৰিব |
বৃষ = বিবাদ নিষ্পত্তি হব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = আশা ভংগৰ যোগ আছে |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = দুৰ্ভোগত ভুগিব পাৰে |
বৃশ্চিক = মনৰ আশা ভংগ হোৱাৰ যোগ |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি হব পাৰে |
মীন = মানসিক শান্তি লাভ কৰিব |