লছ এঞ্জেলছত গ্ৰীষ্মকালীন অলিম্পিক ২০২৮জুলাইৰ ১৪-৩০ তাৰিখলৈ অনুষ্ঠিত 

Pc Twitter

লছ এঞ্জেলছত গ্ৰীষ্মকালীন অলিম্পিক ২০২৮জুলাইৰ ১৪-৩০ তাৰিখলৈ অনুষ্ঠিত 

ৰঙিলী বাৰ্ত্তাসেৱা-  লছ এঞ্জেলছত গ্ৰীষ্মকালীন অলিম্পিক ২০২৮ৰ উদ্বোধনী অনুষ্ঠান ১৪ জুলাইত অনুষ্ঠিত হ’ব আনহাতে খেলসমূহ ৩০ জুলাইত সমাপ্ত হ’ব, আয়োজক এলএ২৮-এ ঘোষণা কৰে। লছ এঞ্জেলছ ২০২৮ পেৰালিম্পিক গেমছ ১৫ আগষ্টত আৰম্ভ হ’ব আৰু ২৭ আগষ্টত বন্ধ হ’ব। লক্ষণীয়ভাৱে, পেৰালিম্পিক গেমছ প্ৰথমবাৰৰ বাবে লছ এঞ্জেলছে আয়োজন কৰিব।