কোভিডৰ বাবে স্থগিত হাংঝৌ এছিয়ান গেমছ

Pc Scroll.in

কোভিডৰ বাবে স্থগিত হাংঝৌ এছিয়ান গেমছ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্থগিত কৰা এছিয়ান গেমছ ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ হাংঝৌত অনুষ্ঠিত হ’ব বুলি এছিয়াৰ অলিম্পিক পৰিষদে (অ’চিএ) ঘোষণা কৰে। চীনত বৰ্ধিত কোভিড-১৯ ঘটনাৰ বাবে এই বছৰ এই গেমছ আয়োজন কৰিব পৰা নগ’ল। ১৯ তম এছিয়ান গেমছ মূলতঃ এই বছৰৰ ১০-২৫ ছেপ্টেম্বৰৰ ভিতৰত হাংঝৌত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল।