লাহৰীঘাটৰ সৰ্বাধিক বঁটা প্ৰাপ্ত নিষ্ঠাৱান সাংবাদিক খাইৰুল ইছলামৰ জীৱন গাঁথা

লাহৰীঘাটৰ সৰ্বাধিক বঁটা প্ৰাপ্ত নিষ্ঠাৱান সাংবাদিক খাইৰুল ইছলামৰ জীৱন গাঁথা

কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা –  এক সুদীৰ্ঘ দিন ধৰি সমাজৰ হকে বিভিন্ন কাম কৰি অহা আৰু সংবাদ সেৱাক সৰ্বাধিক গুৰুত্ব দিয়া প্ৰতিভাশালী সাংবাদিক জনৰ জীৱনৰ কিছু কথা বৰ্নণা কৰা হৈছে । এইজন হল মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ৰজাগাধুৱা গাঁও পঞ্চায়তৰ ৰজাগাধুৱা গাৱৰ ১ নং ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক জহুৰুল ইছলামৰ ( মৃত ) পুত্ৰ সাংবাদিক খাইৰুল ইছলাম। ১৯৬৮ চনত জন্ম হোৱা খাইৰুল ইছলামৰ জীৱনৰ পাতনিতে কৰুণ দুখৰ ছবি দেখুৱাবলৈ পোৱা যায় ।জন্মৰ কেইটামান ঘণ্টাৰ পিছত তেওঁৰ মাতৃ এই জগতৰ পৰা বিদায় লয়। মাতৃৰ মৰম চেনেহ এইজন সন্তানৰ ভাগ্যত নুজোটিল মাতৃ হাৰা সন্তানৰ বাকী জীৱন কিমান যে কষ্টৰ হয় সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। মাতৃ হীন সন্তানক পৰিয়ালৰ কেইজনমানে তেওঁক অশেষ যত্ন কৰি ডাঙৰ কৰিবলৈ ল’লে ।এই জন সন্তানৰ প্ৰাথমিক শিক্ষাআৰাম্ভ হ্য় মৰিতলী এল পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্তিৰ পিছত লাহৰীঘাট হাই স্কুলৰ ১৯৮৪ চনত মেট্ৰিক পাছ কৰে,উচ্চ শিক্ষাৰ বাবে মৈৰাবাৰী মহাবিদ্যালয়ত নামভৰ্তি হৈছিল যদিও আধাতে শিক্ষা বন্ধ কৰিবলগীয়া হয়। আৰ্থিক অনাটনৰ কাৰণে জাগীৰোড কাগজ কলত হেল্পাৰ কাম আৰু কয়েৰীত শিলগুটি টনা কামো কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি অনেক তিতাঁ পান কৰি সংসাৰৰ লগত জোয দিব লগা হয় । এইদৰে দিন অতিবাহিত হোৱাৰ কিছু বছৰ অন্তত পুনৰ নিজৰ পৰিয়ালবৰ্গৰ কাষলৈ অহায়ৰ সোযোগ হ্য় সুস্থিৰ পৰিবেশ গঢ়লোৱাত পুনৰ মহাবিদ্যালযত নাম ভৰ্তি কৰে ১৯৮৯ চনত মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা হায়াৰ চেকেণ্ডাৰী পাছ কৰি একেই শিক্ষা অনুষ্ঠানতে ১৯৯৩ চনত বি এ পাছ কৰে। ১৯৯৫ চনত মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ৰ পৰা প্ৰথম বৰ্ষৰ ফাইনেল পৰীক্ষাত বি এড পাছ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনে সেইসময়ত বি এড পাছ কৰাৰ অতি সহজ বিষয় নাছিল যি সময়ত সাধাৰণ এজন শিক্ষিত ডিগ্ৰীধাৰী মানুহ বিচাৰি পোৱা টান আছিল । খাইৰুল ইছলাম সৰুৰে পৰা এজন মেধাৱী ছাত্ৰ আছিল সেয়ে উচ্চ শিক্ষা লাভ কৰি লোকসমাজত শিক্ষক ৰূপে প্ৰতিষ্ঠিত হ’বলৈ সৌভাগ্য অৰ্জন কৰে।এই খিনিতে শিক্ষা জীৱনৰ সমাপপ্ত নকৰি১৯৯৭ চনত শ্ৰীৰামপুৰ ( আলিপুৰ ) আছাম ইনষ্টিউট অৱ জৰ্ণেলিজিমৰ পৰা সাংবাদিক ডিপ্লমা লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ বাহিৰেও চৰকাৰি অনুষ্ঠান ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ একেৰাহে লাহৰীঘাট হস্পিটেলৰ তৰফৰ পৰা বহ্ম্ৰপুত্ৰৰ সিপাৰে হামু চৰত পাল্চ পলিঅ সেৱনৰ দায়িত্ব পালন কৰি ৱেষ্ট ৱাৰ্কাৰৰ পৰাপ্ৰ পত্ৰ লাভ কৰে।সমাজৰ শিক্ষা অনুষ্ঠানলৈ শিক্ষক হিচাপে পৰিচয় দি১৯৯৭ চনত লাহৰীঘাট মুভি ক্লাৱৰ তৰফৰ পৰা গ্ৰীষ্মকালীন বন্ধত বিনামূলীয়া পাঠদান শিবিৰত শিক্ষকতা কৰে আদৰ্শ শিক্ষক হিচাপে পৰিচয় তুলি ধৰাত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা বিজয়ী হয় । এনেদৰে শিক্ষকতা কৰি থকাৰ সময়তে তেওঁৰ মন সাংবাদিকতা কৰাৰ বাবে প্ৰবল ইচ্ছা হয় সেই অনুসৰি সংবাদ জগতৰ শুভাৰম্ভ হয় নগাঁৱৰ পৰা প্ৰয়াত বলেন বৰাৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক ‘ কলংপাৰ কাকতৰ যোগেদি ২০০২ চনত । ইয়াৰ উপৰিও সেই সময়ত নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ‘ কবচ ‘ জাগৰণ ‘ আৰু জ্ঞান বিজ্ঞান সমিতি অসমৰ পষেকীয়া কাকত ‘ বাৰ্তা ‘ কাকততো বাতৰি পৰিবেশন কৰাৰ কথা জানিব পৰা যায় । ২০০৩ চনত কলংপাৰ কাকতত এই সপ্তাহৰ শিল্পী খাইৰুল ইছলাম নামেৰে প্ৰকাশ কৰিছিল নগাঁৱৰ এজন তেতিয়াৰ সাংবাদিক দিপু কুমাৰ নাথে । চাকৰিৰ সন্ধানত ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত দামন নগৰৰ অভিমূখে পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে কেন্দ্ৰীয় শাসিত অঞ্চল ” দমণ ” ত এটা কাপোৰ কোম্পানীত ক্ৰমান্বয়ে কেচিয়াৰ, এইচ আৰ আৰু এচিষ্টেন্ড মেনেজাৰ পদত অধিষ্ঠিত আছিল যদিও কোম্পানীত অগ্নিকাণ্ড হোৱাৰ ফলত সমূলি বন্ধ হোৱাত পুনৰ২০১৭ চনৰ মাৰ্চত স্বগৃহলৈ ঘুৰি আহে । কিছু দিন অতিবাহিত হোৱাৰ অন্তত ২০১২ চনত বিবাহ পাহত আৱদ্ধ হয়।তিতিয়াৰ পৰা আৰম্ভ হয় তেওঁৰ সাংসাৰিক জীৱন। বৰ্তমান তেওঁৰ সৰু এটি পৰিয়াল স্ত্ৰী আৰু দুই পুত্ৰ সন্তান । সময়ে সলনি কৰি থাকে মানুহৰ গতি পথ আৰু চিন্তা সংবাদ জগতৰ দ্বিতীয় ইনিংছ আৰম্ভ হয় ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা দৈনিক কাকত নিউজ ৩০ ৰ দ্বাৰা । নিয়মীয়াকৈ চলিছিল যদিও কাকতখন এবছৰতে বন্ধ হৈ যায় । সেই বুলি তেওঁ হাৰ নেমানি অহৰহ চেষ্টা কৰি অসমীয়া দৈনিক জনপ্ৰিয় কাকত ‘ দৈনন্দিন বাৰ্তা ‘ কাকতত গোষ্ঠীৰ সৈতে যোগাযোগ স্থাপন হয় সেই মৰ্মে তেওঁৰ আগ্ৰ্হ আৰু শিক্ষাগত মানদণ্ডৰ প্ৰতি বিবেচনা কৰি সংবাদ দাতা হিচাপে অন্তৰ্ভুক্ত কৰে। বৰ্তমানলৈকে এই কাকতখনতে সেৱা আগবঢ়াই আছে । অৱশ্যে প্ৰায় দুবছৰ ধৰি দুই এটা ৱেব পৰ্টেলতো বাতৰি পৰিবেশন কৰে বুলিও জানিব পৰা যায় । সত্য নিষ্ঠাবান, নিৰপেক্ষ আৰু নিৰ্ভীকতা বজাই ৰাখি সকলো ধৰণৰ বাতৰি পৰিবেশন কৰাৰ ফলত বিভিন্ন দ’ল সংগঠনৰ তৰফৰ পৰা লাভ কৰে বহু সন্মান। যোৱা ২০১৮ চনৰ পৰা বৰ্তমানলৈ মুঠ ১০ টা বঁটা লাভ কৰি জনসমাজত প্ৰতিষ্ঠিত হ’বলৈ সৌভাগ্য অৰ্জন কৰে । ২০১৮ চনত জুলাই মাহত গুৱাহাটী প্ৰেছ ক্লাৱত সমাজ সংগঠক হিচাপে ‘ অণিৰ্বাণ বঁটা ‘ প্ৰদান কৰে অণিৰ্বাণ গোষ্টীয়ে । একেই চনৰ ডিচেম্বৰ মাহত দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ড0 বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি লাহৰীঘাট বাসীলৈ গৌৰৱ কঢ়িয়াই আনে । ২০১৯ চনত এইচ ডি এচ লাইভ পৰ্টেলৰ পৰা বৰ্ষ শ্ৰেষ্ঠ সাংবাদিক বঁটা , একেই বৰ্ষত গুৱাহাটীত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা দৈনন্দিন বাৰ্তা কাকতৰ মৰিগাঁও জিলা ভিত্তিক সাংবাদিক ৰূপে সম্বৰ্ধনা লাভ , চলিত বছৰৰ শেষান্তত গুৱাহাটীৰ উজান বজাৰৰ এক অডিটৰিয়াম হলত শ্ৰেষ্ঠ সাংবাদিক ” এচেৰেঙা ৰদালি ” বঁটা লাভ কৰে । ২০২০ চনত ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় জিলা পুথিভঁৰালত প্ৰতিষ্ঠিত সাংবাদিক হিচাপে মৰিগাঁও জিলা ভিত্তিক ” ড0 মামনি ৰয়চম গোস্বামী এৱাৰ্ড ” লাভ কৰে। একেই বৰ্ষত আকৌ গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকতাৰ ওপৰত জিলা ভিত্তিক বৰ্ষ শ্ৰেষ্ঠ সাংবাদিক হিচাপে ড0 ভূপেন হাজৰিকা এছিভমেন্ট এৱাৰ্ড লাভ কৰে ।সম্প্ৰতি এইজন সাংবাদিকৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । প্ৰণিধানযোগ্য যে এইজন সাংবাদিক জিলা ভিত্তিক একেৰাহে ধাৰাবাহিক ভাৱে কাম কৰি , সংবাদ মাধ্যমৰ জৰিয়তে জনসেৱা তথা সত্য নিষ্ঠাবান , নিৰ্ভীক আৰু স্পষ্টবাদী নিৰপেক্ষ হিচাপে সৰ্বাধিক বঁটা লাভ কৰা এজন সফলকামী ব্যক্তি । ইছলাম কেৱল সাংবাদিকতাৰ মাজত ব্যাস্ত নেথাকি সমাজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ শৈক্ষিক পৰিবেশ গঢ় দিয়াত দীৰ্ঘদিন ধৰি নানান কামত যোগদান দিয়া দেখা যায় বিশেষকৈ যুব সমাজক নিজৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁৰ এক সু দৃষ্টি আছে খেল ধেমালি ৰ বহু অনুষ্ঠানত তেওঁক বৰ উৎসাহেৰে অংশগ্ৰহণ কৰা তেওঁৰ অন্যতম ৰুচি অঞ্চলটিত অনুষ্ঠিত হোৱা ক্ৰিকেট খেল অগ্ৰগতিৰ বাবে তেওঁ আগবঢ়োৱা অৱদান অন্যতম। সাহিত্য সংস্কৃতিৰ হকে তেওঁ যথেষ্ট শ্ৰম দি আহিছে নিজেও কবিতা প্ৰবন্ধ গল্গ আদি লিখনি সমূহ বাতৰি কাকতৰ পৰা আদি কৰি বিভিন্ন আলোচনীত প্ৰকাশ হোৱা দেখা যায় । তেওঁ সমাজৰ হকে কাম কৰি ভাল পোৱা এজন ব্যক্তি দেশ দহৰ সেৱা কৰি পৰম আনন্দ লাভ কৰে। বৃহত্তৰ লাহৰিঘাটৰ ৰাজহুৱা সমস্যাৰ বিষয়ে তেওঁৰ কলমৰ দ্বাৰা পৰোক্ষভাৱে প্ৰতিবাদত কৰি আহিছে পিছপৰা লাৰিঘাটৰ বান পানীৰ সমস্যা অগ্নি নিৰ্বাক বাহিনীৰ স্থাপন কৰাৰ দাবী ৰাস্তা ঘাটৰ সমস্যাৰ ছবি বোৰ তেওঁ নিস্বাৰ্থ ভাবে কৰা বাতৰি সমূ্হৰ মাজেৰে চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ বাবে যত্ন কৰি আহিছে । তেওঁৰ কৰ্মত অবহেলা নাই কৰ্তব্য পালনত সদায় সজাগ আৰু সচেতনতা অবলম্ভন কৰি নিজৰ সুকীয়া পৰিচয় জনসমাজত দাঙি ধৰিবলৈ সক্ষম হোৱা এইজন সাংবাদিকৰ কথা উল্লেখনিয়। এই কথা দৃঢ়তাৰে স্বীকাৰ কৰিব লাগিব মে তেওঁ সৰু ডাঙৰ বাতৰি সমূ্হ প্ৰকাশ কৰাত সহায় গুৰুত্ব দি আহিছে। সভা সমিতিত তেওঁৰ উপস্থিতিৰ কথাও এক প্ৰংসনীয় দিশ দিনে নিশাই কঠোৰ কষ্টৰে বা বাতৰি স্ংগ্ৰ্হ কৰাত গুৰুত্ব দিয়া এজন নিষ্ঠাৱান সমাজ কৰ্মী হিচাপেও তেওঁৰ যথেষ্ট সুনাম আছে। সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো তেওঁৰ আছে এক নিবিড় সম্পৰ্ক। ছাৰ ছাত্ৰীৰ মাজত বহু সময়ত গীত পৰিৱেশন কৰি মনোৰঞ্জন কৰাৰ দৃশ্য বোৰৰ কথাও বৰ আমেজজনক। জনসমাজত বৰ্তমান তেওঁ সুদক্ষ সংবাদ কৰ্মী হিচাপে পৰিচিত ।হৈছে।ৰি অহা আৰু সংবাদ সেৱাক সৰ্বাধিক গুৰুত্ব দিয়া প্ৰতিভাশালী সাংবাদিক জনৰ জীৱনৰ কিছু কথা বৰ্নণা কৰা হৈছে । এইজন হল মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ৰজাগাধুৱা গাঁও পঞ্চায়তৰ ৰজাগাধুৱা গাৱৰ ১ নং ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক জহুৰুল ইছলামৰ ( মৃত ) পুত্ৰ সাংবাদিক খাইৰুল ইছলাম। ১৯৬৮ চনত জন্ম হোৱা খাইৰুল ইছলামৰ জীৱনৰ পাতনিতে কৰুণ দুখৰ ছবি দেখুৱাবলৈ পোৱা যায় ।জন্মৰ কেইটামান ঘণ্টাৰ পিছত তেওঁৰ মাতৃ এই জগতৰ পৰা বিদায় লয়। মাতৃৰ মৰম চেনেহ এইজন সন্তানৰ ভাগ্যত নুজোটিল মাতৃ হাৰা সন্তানৰ বাকী জীৱন কিমান যে কষ্টৰ হয় সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। মাতৃ হীন সন্তানক পৰিয়ালৰ কেইজনমানে তেওঁক অশেষ যত্ন কৰি ডাঙৰ কৰিবলৈ ল’লে ।এই জন সন্তানৰ প্ৰাথমিক শিক্ষাআৰাম্ভ হ্য় মৰিতলী এল পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্তিৰ পিছত লাহৰীঘাট হাই স্কুলৰ ১৯৮৪ চনত মেট্ৰিক পাছ কৰে,উচ্চ শিক্ষাৰ বাবে মৈৰাবাৰী মহাবিদ্যালয়ত নামভৰ্তি হৈছিল যদিও আধাতে শিক্ষা বন্ধ কৰিবলগীয়া হয়। আৰ্থিক অনাটনৰ কাৰণে জাগীৰোড কাগজ কলত হেল্পাৰ কাম আৰু কয়েৰীত শিলগুটি টনা কামো কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি অনেক তিতাঁ পান কৰি সংসাৰৰ লগত জোয দিব লগা হয় । এইদৰে দিন অতিবাহিত হোৱাৰ কিছু বছৰ অন্তত পুনৰ নিজৰ পৰিয়ালবৰ্গৰ কাষলৈ অহায়ৰ সোযোগ হ্য় সুস্থিৰ পৰিবেশ গঢ়লোৱাত পুনৰ মহাবিদ্যালযত নাম ভৰ্তি কৰে ১৯৮৯ চনত মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা হায়াৰ চেকেণ্ডাৰী পাছ কৰি একেই শিক্ষা অনুষ্ঠানতে ১৯৯৩ চনত বি এ পাছ কৰে। ১৯৯৫ চনত মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ৰ পৰা প্ৰথম বৰ্ষৰ ফাইনেল পৰীক্ষাত বি এড পাছ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনে সেইসময়ত বি এড পাছ কৰাৰ অতি সহজ বিষয় নাছিল যি সময়ত সাধাৰণ এজন শিক্ষিত ডিগ্ৰীধাৰী মানুহ বিচাৰি পোৱা টান আছিল । খাইৰুল ইছলাম সৰুৰে পৰা এজন মেধাৱী ছাত্ৰ আছিল সেয়ে উচ্চ শিক্ষা লাভ কৰি লোকসমাজত শিক্ষক ৰূপে প্ৰতিষ্ঠিত হ’বলৈ সৌভাগ্য অৰ্জন কৰে।এই খিনিতে শিক্ষা জীৱনৰ সমাপপ্ত নকৰি১৯৯৭ চনত শ্ৰীৰামপুৰ ( আলিপুৰ ) আছাম ইনষ্টিউট অৱ জৰ্ণেলিজিমৰ পৰা সাংবাদিক ডিপ্লমা লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ বাহিৰেও চৰকাৰি অনুষ্ঠান ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ একেৰাহে লাহৰীঘাট হস্পিটেলৰ তৰফৰ পৰা বহ্ম্ৰপুত্ৰৰ সিপাৰে হামু চৰত পাল্চ পলিঅ সেৱনৰ দায়িত্ব পালন কৰি ৱেষ্ট ৱাৰ্কাৰৰ পৰাপ্ৰ পত্ৰ লাভ কৰে।সমাজৰ শিক্ষা অনুষ্ঠানলৈ শিক্ষক হিচাপে পৰিচয় দি১৯৯৭ চনত লাহৰীঘাট মুভি ক্লাৱৰ তৰফৰ পৰা গ্ৰীষ্মকালীন বন্ধত বিনামূলীয়া পাঠদান শিবিৰত শিক্ষকতা কৰে আদৰ্শ শিক্ষক হিচাপে পৰিচয় তুলি ধৰাত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা বিজয়ী হয় । এনেদৰে শিক্ষকতা কৰি থকাৰ সময়তে তেওঁৰ মন সাংবাদিকতা কৰাৰ বাবে প্ৰবল ইচ্ছা হয় সেই অনুসৰি সংবাদ জগতৰ শুভাৰম্ভ হয় নগাঁৱৰ পৰা প্ৰয়াত বলেন বৰাৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক ‘ কলংপাৰ কাকতৰ যোগেদি ২০০২ চনত । ইয়াৰ উপৰিও সেই সময়ত নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ‘ কবচ ‘ জাগৰণ ‘ আৰু জ্ঞান বিজ্ঞান সমিতি অসমৰ পষেকীয়া কাকত ‘ বাৰ্তা ‘ কাকততো বাতৰি পৰিবেশন কৰাৰ কথা জানিব পৰা যায় । ২০০৩ চনত কলংপাৰ কাকতত এই সপ্তাহৰ শিল্পী খাইৰুল ইছলাম নামেৰে প্ৰকাশ কৰিছিল নগাঁৱৰ এজন তেতিয়াৰ সাংবাদিক দিপু কুমাৰ নাথে । চাকৰিৰ সন্ধানত ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত দামন নগৰৰ অভিমূখে পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে কেন্দ্ৰীয় শাসিত অঞ্চল ” দমণ ” ত এটা কাপোৰ কোম্পানীত ক্ৰমান্বয়ে কেচিয়াৰ, এইচ আৰ আৰু এচিষ্টেন্ড মেনেজাৰ পদত অধিষ্ঠিত আছিল যদিও কোম্পানীত অগ্নিকাণ্ড হোৱাৰ ফলত সমূলি বন্ধ হোৱাত পুনৰ২০১৭ চনৰ মাৰ্চত স্বগৃহলৈ ঘুৰি আহে । কিছু দিন অতিবাহিত হোৱাৰ অন্তত ২০১২ চনত বিবাহ পাহত আৱদ্ধ হয়।তিতিয়াৰ পৰা আৰম্ভ হয় তেওঁৰ সাংসাৰিক জীৱন। বৰ্তমান তেওঁৰ সৰু এটি পৰিয়াল স্ত্ৰী আৰু দুই পুত্ৰ সন্তান । সময়ে সলনি কৰি থাকে মানুহৰ গতি পথ আৰু চিন্তা সংবাদ জগতৰ দ্বিতীয় ইনিংছ আৰম্ভ হয় ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা দৈনিক কাকত নিউজ ৩০ ৰ দ্বাৰা । নিয়মীয়াকৈ চলিছিল যদিও কাকতখন এবছৰতে বন্ধ হৈ যায় । সেই বুলি তেওঁ হাৰ নেমানি অহৰহ চেষ্টা কৰি অসমীয়া দৈনিক জনপ্ৰিয় কাকত ‘ দৈনন্দিন বাৰ্তা ‘ কাকতত গোষ্ঠীৰ সৈতে যোগাযোগ স্থাপন হয় সেই মৰ্মে তেওঁৰ আগ্ৰ্হ আৰু শিক্ষাগত মানদণ্ডৰ প্ৰতি বিবেচনা কৰি সংবাদ দাতা হিচাপে অন্তৰ্ভুক্ত কৰে। বৰ্তমানলৈকে এই কাকতখনতে সেৱা আগবঢ়াই আছে । অৱশ্যে প্ৰায় দুবছৰ ধৰি দুই এটা ৱেব পৰ্টেলতো বাতৰি পৰিবেশন কৰে বুলিও জানিব পৰা যায় । সত্য নিষ্ঠাবান, নিৰপেক্ষ আৰু নিৰ্ভীকতা বজাই ৰাখি সকলো ধৰণৰ বাতৰি পৰিবেশন কৰাৰ ফলত বিভিন্ন দ’ল সংগঠনৰ তৰফৰ পৰা লাভ কৰে বহু সন্মান। যোৱা ২০১৮ চনৰ পৰা বৰ্তমানলৈ মুঠ ১০ টা বঁটা লাভ কৰি জনসমাজত প্ৰতিষ্ঠিত হ’বলৈ সৌভাগ্য অৰ্জন কৰে । ২০১৮ চনত জুলাই মাহত গুৱাহাটী প্ৰেছ ক্লাৱত সমাজ সংগঠক হিচাপে ‘ অণিৰ্বাণ বঁটা ‘ প্ৰদান কৰে অণিৰ্বাণ গোষ্টীয়ে । একেই চনৰ ডিচেম্বৰ মাহত দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ড0 বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি লাহৰীঘাট বাসীলৈ গৌৰৱ কঢ়িয়াই আনে । ২০১৯ চনত এইচ ডি এচ লাইভ পৰ্টেলৰ পৰা বৰ্ষ শ্ৰেষ্ঠ সাংবাদিক বঁটা , একেই বৰ্ষত গুৱাহাটীত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা দৈনন্দিন বাৰ্তা কাকতৰ মৰিগাঁও জিলা ভিত্তিক সাংবাদিক ৰূপে সম্বৰ্ধনা লাভ , চলিত বছৰৰ শেষান্তত গুৱাহাটীৰ উজান বজাৰৰ এক অডিটৰিয়াম হলত শ্ৰেষ্ঠ সাংবাদিক ” এচেৰেঙা ৰদালি ” বঁটা লাভ কৰে । ২০২০ চনত ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় জিলা পুথিভঁৰালত প্ৰতিষ্ঠিত সাংবাদিক হিচাপে মৰিগাঁও জিলা ভিত্তিক ” ড0 মামনি ৰয়চম গোস্বামী এৱাৰ্ড ” লাভ কৰে। একেই বৰ্ষত আকৌ গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকতাৰ ওপৰত জিলা ভিত্তিক বৰ্ষ শ্ৰেষ্ঠ সাংবাদিক হিচাপে ড0 ভূপেন হাজৰিকা এছিভমেন্ট এৱাৰ্ড লাভ কৰে ।সম্প্ৰতি এইজন সাংবাদিকৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । প্ৰণিধানযোগ্য যে এইজন সাংবাদিক জিলা ভিত্তিক একেৰাহে ধাৰাবাহিক ভাৱে কাম কৰি , সংবাদ মাধ্যমৰ জৰিয়তে জনসেৱা তথা সত্য নিষ্ঠাবান , নিৰ্ভীক আৰু স্পষ্টবাদী নিৰপেক্ষ হিচাপে সৰ্বাধিক বঁটা লাভ কৰা এজন সফলকামী ব্যক্তি । ইছলাম কেৱল সাংবাদিকতাৰ মাজত ব্যাস্ত নেথাকি সমাজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ শৈক্ষিক পৰিবেশ গঢ় দিয়াত দীৰ্ঘদিন ধৰি নানান কামত যোগদান দিয়া দেখা যায় বিশেষকৈ যুব সমাজক নিজৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁৰ এক সু দৃষ্টি আছে খেল ধেমালি ৰ বহু অনুষ্ঠানত তেওঁক বৰ উৎসাহেৰে অংশগ্ৰহণ কৰা তেওঁৰ অন্যতম ৰুচি অঞ্চলটিত অনুষ্ঠিত হোৱা ক্ৰিকেট খেল অগ্ৰগতিৰ বাবে তেওঁ আগবঢ়োৱা অৱদান অন্যতম। সাহিত্য সংস্কৃতিৰ হকে তেওঁ যথেষ্ট শ্ৰম দি আহিছে নিজেও কবিতা প্ৰবন্ধ গল্গ আদি লিখনি সমূহ বাতৰি কাকতৰ পৰা আদি কৰি বিভিন্ন আলোচনীত প্ৰকাশ হোৱা দেখা যায় । তেওঁ সমাজৰ হকে কাম কৰি ভাল পোৱা এজন ব্যক্তি দেশ দহৰ সেৱা কৰি পৰম আনন্দ লাভ কৰে। বৃহত্তৰ লাহৰিঘাটৰ ৰাজহুৱা সমস্যাৰ বিষয়ে তেওঁৰ কলমৰ দ্বাৰা পৰোক্ষভাৱে প্ৰতিবাদত কৰি আহিছে পিছপৰা লাৰিঘাটৰ বান পানীৰ সমস্যা অগ্নি নিৰ্বাক বাহিনীৰ স্থাপন কৰাৰ দাবী ৰাস্তা ঘাটৰ সমস্যাৰ ছবি বোৰ তেওঁ নিস্বাৰ্থ ভাবে কৰা বাতৰি সমূ্হৰ মাজেৰে চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ বাবে যত্ন কৰি আহিছে । তেওঁৰ কৰ্মত অবহেলা নাই কৰ্তব্য পালনত সদায় সজাগ আৰু সচেতনতা অবলম্ভন কৰি নিজৰ সুকীয়া পৰিচয় জনসমাজত দাঙি ধৰিবলৈ সক্ষম হোৱা এইজন সাংবাদিকৰ কথা উল্লেখনিয়। এই কথা দৃঢ়তাৰে স্বীকাৰ কৰিব লাগিব মে তেওঁ সৰু ডাঙৰ বাতৰি সমূ্হ প্ৰকাশ কৰাত সহায় গুৰুত্ব দি আহিছে। সভা সমিতিত তেওঁৰ উপস্থিতিৰ কথাও এক প্ৰংসনীয় দিশ দিনে নিশাই কঠোৰ কষ্টৰে বা বাতৰি স্ংগ্ৰ্হ কৰাত গুৰুত্ব দিয়া এজন নিষ্ঠাৱান সমাজ কৰ্মী হিচাপেও তেওঁৰ যথেষ্ট সুনাম আছে। সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো তেওঁৰ আছে এক নিবিড় সম্পৰ্ক। ছাৰ ছাত্ৰীৰ মাজত বহু সময়ত গীত পৰিৱেশন কৰি মনোৰঞ্জন কৰাৰ দৃশ্য বোৰৰ কথাও বৰ আমেজজনক। জনসমাজত বৰ্তমান তেওঁ সুদক্ষ সংবাদ কৰ্মী হিচাপে পৰিচিত হৈছে।