আজিৰ ৰাশিফল

Pc HerZindagi

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ১৭ তাৰিখ শনিবাৰ , ইংৰাজী ২ জুলাই |
শুক্লা পক্ষ, তৃতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৮/৩৭ মি.
সূৰ্য্যোস্থয় = ৬/১৪/২৫ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ), বিপ্ৰবৰ্ন, বায়ু যোগ, দেৱাৰি গন, বৰাহৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – বুধ, চন্দ্ৰ |

ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = ভ্ৰমনত কষ্ট ভোগ কৰিব |
বৃষ = বিবাদ নিষ্পত্তি হব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = মনৰ আশা ভংগ হব পাৰে |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = দুৰ্ভোগত ভুগিব পাৰে |
বৃশ্চিক = মনৰ আশা ভংগ হোৱাৰ যোগ |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি হব |
মীন = মানসিক অশান্তি ভুগিব |