অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ উত্তৰ প্ৰদেশত কৰমুক্ত

pc Jagran

অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ উত্তৰ প্ৰদেশত কৰমুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰে যে অভিনেতা অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ ৰাজ্যখনত কৰমুক্ত হ’ব। তেওঁ ৰাজ ভৱনত এক বিশেষ স্ক্ৰীণিংত তেওঁৰ কেবিনেট সহকৰ্মীসকলৰ সৈতে চিনেমাখন চাইছিল। আদিত্যনাথে লগতে কয় যে চিনেমাখন কৰমুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে এজন সাধাৰণ মানুহেও এই চিনেমাখন চাব পাৰে।