‘কেজিএফ’ত অভিনয় কৰা অভিনেতা মোহন জুনেজাৰ ৫৪বছৰ বয়সত মৃত্যু 

pc tupaki

‘কেজিএফ’ত অভিনয় কৰা অভিনেতা মোহন জুনেজাৰ ৫৪বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘কেজিএফ’ৰ দুয়োটা অংশত অভিনয় কৰা অভিনেতা আৰু কৌতুক অভিনেতা মোহন জুনেজাৰ বাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৫৪ বছৰ বয়সত মৃত্যু হয়। কৰ্ণাটকৰ তুমাকুৰু জিলাৰ বাসিন্দা জুনেজা দীৰ্ঘদিনধৰি অসুস্থতাত ভুগি আছিল। তেওঁ তামিল, তেলেগু, মালায়ালম আৰু হিন্দী ভাষাত ১০০ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছিল।