ভাৰতত ২,০৬৭ জন লোক কৰ’ণাত আক্ৰান্ত  হৈছে 

PC-PAHO

ভাৰতত ২,০৬৭ জন লোক কৰ’ণাত আক্ৰান্ত  হৈছে 

ৰঙিলী বাৰ্ত্তাসেৱা –  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত  যোৱা ২৪ ঘণ্টাত ২,০৬৭ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ ৪০ জন লোকৰ মৃত্যু হৈছে । ভাৰতত বৰ্তমান ১২,৩৪০ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’ণাত আক্ৰান্ত হৈ ভাৰতত মুঠ ৫,২২,০০৬ জন লোকৰ মৃত্য়ু হৈছে।১৫৪৭ জন লোক যোৱা ২৪ ঘণ্টাত কৰ’ণা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।