আমাজন, ৰিলায়েন্স, ড্ৰীম ১১ আৰু চনিয়ে আই পি এল সম্প্ৰচাৰ অধিকাৰৰ বাবে প্ৰতিযোগিতা কৰিব

PC- Broadcast and CableSat

আমাজন, ৰিলায়েন্স, ড্ৰীম ১১ আৰু চনিয়ে আই পি এল সম্প্ৰচাৰ অধিকাৰৰ বাবে প্ৰতিযোগিতা কৰিব 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিবেদন অনুসৰি ২০২৩ ৰ পৰা ২০২৭ চনৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া আই পি এল মেচসমূহ সম্প্ৰচাৰ কৰাৰ অধিকাৰৰ বাবে নিবিদা দিয়াৰ ইংগিত দিয়া কোম্পানীবোৰৰ ভিতৰত আমাজন, দ্য ৱাল্ট ডিজনী কোম্পানী আৰু মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আছে। চনি, জি আৰু ড্ৰীম ১১ -য়েও বিচিচিআইৰ পৰা নিবিদা সম্পৰ্কীয় নথিপত্ৰ ক্ৰয় কৰিছিল, ইয়াত যোগ দিয়া হৈছে। বিচিচিআইয়ে ১২ জুনৰ পৰা অনলাইন নিলাম অনুষ্ঠিত কৰিব।