আজিৰ ৰাশিফল

p.c. MumbaiMirror

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ১১ তাৰিখ মংগলবাৰ , ইংৰাজী ২৫ জানুৱাৰী |
কৃষ্ণ পক্ষ, সপ্তমী তিথি, পুৱা ৭/৪৮/৪৭ মি. পৰা অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৪/৩৮ মি.
সূৰ্য্যোস্থয় = ৪/৫৭/৫৩ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেবাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

 

ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = অযথা ব্যয় বৃদ্ধি হব |
বৃষ = বন্ধুৰ লগত মনোমালিন্য ঘটিব |
মিথুন = যশস্যা লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক ব্যয় হব পাৰে |
তুলা = কৰ্মত বিজয়ী হব পাৰিব |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তি বৃদ্ধি হব |