ভাৰতত ৩লাখৰো অধিক লোক নতুনকৈ কৰ’না আক্ৰান্ত

p.c Narayana Health

ভাৰতত ৩লাখৰো অধিক লোক নতুনকৈ কৰ’না আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,১৭,৫৩২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত ৪৯১  জন লোকৰ যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মৃত্যুৰ হোৱা লোকৰ সংখ্যা ৪,৮৭,৬৯৩ জনলৈ বৃদ্ধি হৈছে। দৈনিক পজিটিভৰ হাৰ ১৬.৪১% লৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ১৯,২৪,০৫১ টা সক্ৰিয় ঘটনা আছে। লক্ষণীয়ভাৱে যোৱা ২৪ ঘণ্টাত ২,২৩,৯৯০জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।