আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১৭ তাৰিখ ৰবিবাৰ , ইংৰাজী ২ জানুৱাৰী |
কৃষ্ণা পক্ষ , অমাৱশ্যা তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৫/৩৭ মি.
সূৰ্য্যোস্থয় = ৪/৩৯/৩৯ মি.

জন্মতঃ= ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰী গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে ঃ= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি ||

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = ঘৰলৈকে আত্মীয়ৰ আগমন ঘটিব |
বৃষ = বন্ধুৰ পৰা সহায় লাভ কৰিব |
মিথুন = ঘৰুৱা অশান্তি বৃদ্ধি হব |
কৰ্কট = সমস্যাৰ সমাধান কৰিব পাৰিব |
সিংহ = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = সাধাৰণ ভাৱে আঘাত পাৱ পাৰে |
বৃশ্চিক = ভোজনত আনন্দ লাভ কৰিব |
ধনু = ভ্ৰমণ যোগ আছে |
মকৰ = গৃহত বিবাদৰ সৃষ্টি হব পাৰে |
কুম্ভ = বন্ধু-ক্লেশ দেখা যায় |
মীন = সমস্যা বৃদ্ধি হোৱাৰ যোগ আছে |