আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ৯ তাৰিখ শনিবাৰ , ইংৰাজী ২৫ ডিচেম্বৰ |
শুক্ল পক্ষ, ষষ্ঠী তিথি, ৰাতি ৮/৯/৫৭ মি. পৰা সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১২/৫৩ মি.
সূৰ্য্যোস্থয় = ৪/৩৪/৪৫ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মনুষ্য গন, বায়ু যোগ, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – বুধ – চন্দ্ৰ ||

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ , ৰাতি তাল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যশস্যা বৃদ্ধি হোৱা দেখা যায় |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তাই মনত অশান্তি দিব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
তুলা = ধনৰ আগমন বৃদ্ধি হব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বৃদ্ধি পাব |
ধনু = কনিষ্ঠৰ পৰা মনত শান্তি পাব |
মকৰ = ৰোগে দেহাত কষ্ট দিব পাৰে |
কুম্ভ = মনত হতাশাই আমনি কৰিব |
মীন = এলাহ ভাব বৃদ্ধি হব |