বৰুণ ধাৱানৰ পত্নী নাতাশাই ফেশ্বন ৰিয়েলিটি শ্ব’ৰ সৈতে অ’টিটি আত্মপ্ৰকাশ কৰিব

Pc India Today

বৰুণ ধাৱানৰ পত্নী নাতাশাই ফেশ্বন ৰিয়েলিটি শ্ব’ৰ সৈতে অ’টিটি আত্মপ্ৰকাশ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেত্ৰী বৰুণ ধাৱানৰ পত্নী আৰু ফেশ্বন ডিজাইনাৰ নাতাশা দালালে ফেশ্বন ৰিয়েলিটি শ্ব’ ‘ছে ইয়েছ টু দ্য ড্ৰেছ ইণ্ডিয়া’ৰ সৈতে অ’টিটিত আত্মপ্ৰকাশ কৰিব। ডিস্কভাৰী+ ত সম্প্ৰচাৰিত হ’বলগীয়া অনুষ্ঠানটোৰ বিষয়ে কওঁতে নাতাশাই কয়, “ডিজাইনিং সদায়ে এক আবেগ হৈ আহিছে, আৰু মোৰ অ’টিটি আত্মপ্ৰকাশ কৰাৰ বাবে ইয়াতকৈ ভাল সুযোগ থাকিব নোৱাৰিলেহেঁতেন।”