ভাৰতত কৰʼনাত সংক্ৰমিত হৈ ৪৭৭ জন লোকৰ মৃত্যু

pc Unsplash

ভাৰতত কৰʼনাত সংক্ৰমিত হৈ ৪৭৭ জন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৯,৭৬৫জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। আৰু নতুনকৈ ভাৰতত ৪৭৭ জন লোকৰ কৰʼনাত সংক্ৰমিত হৈ মৃত্যু হৈছে। যাৰ ফলত বাৰতত মুঠ মৃত্যু ৰ সংখ্যা ৪,৬৯,৭২৪ জন লৈ বৃদ্ধি হয়। ভাৰতত বৰ্তমানলৈ মুঠ ৩,৪৬,০৬,৫৪১ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আনহাতে ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ৯৯,৭৬৩টা আছে।