ভাৰতে প্ৰধানমন্ত্ৰী অবিহনে ১ বিলিয়ন ভেকছিনপালি প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ব: চিৰাম ইনষ্টিটিউটৰ এমডি

pc- India Today

ভাৰতে প্ৰধানমন্ত্ৰী অবিহনে ১ বিলিয়ন ভেকছিনপালি প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ব: চিৰাম ইনষ্টিটিউটৰ এমডি

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সাতজন ভাৰতীয় কোভিড-১৯ ভেকছিন নিৰ্মাতাৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ পিছত চিৰাম ইনষ্টিটিউটৰ এমডি চাইৰাছ পুনাৱালাই কয়, “যদি প্ৰধানমন্ত্ৰী মোডী]আৰু স্বাস্থ্য মন্ত্ৰালয় নহ’লহেঁতেন, তেন্তে আজি ভাৰতে এক বিলিয়ন কোভিড-১৯ ভেকছিন পালি প্ৰস্তুত কৰিব নোৱাৰিলেহেঁতেন।” “He went out of the way and made everyone move very fast,” পুনাৱালাই লগতে কয়।