আজিৰ ৰাশিফল

pc The Indian Express

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৬ তাৰিখ ৰবিবাৰ , ইংৰাজী ২৪ অক্টোবৰ |
শুক্ল পক্ষ , কৃষ্ণা পক্ষ, চতুৰ্থী তিথি |
* *
সূৰ্য্যোদয় = ৫/৩১/১৯ মি.
সূৰ্য্যোস্থয় = ৪/৪৩/২৩ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ) শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে = পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ — বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শত্রুৰ পৰা ভয় আছে, সাৱধান হব |
বৃষ = গৃহত অশান্তি দেখা দিব পাৰে |
মিথুন = বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব |
কৰ্কট = ব্যস্ততা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = মনৰ উতসাহ হ্ৰাস হব |
কন্যা = ভ্ৰমণৰ কৰিলে সুখ লাভ কৰিব |
তুলা = দেহপীড়াৰ বাবে মনত অশান্তি আহিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = নিজৰ কাৰ্যদক্ষতাত সন্মান লাভ কৰিব |
কুম্ভ = যাত্রাত বিঘিনি ঘটিব পাৰে |
মীন = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |