প্ৰত্যাশা – প্ৰসেনজিৎ গোস্বামী

pc iStock

প্ৰত্যাশা

প্ৰসেনজিৎ গোস্বামী

মই বৰষুণ হ’ম

যদি তুমি পথোৱা

মই হেৰাই যাম

যদি তুমি বিচাৰা

মই অশ্ৰু হ’ম

যদি তুমি কান্দা।

মই বন্ধুৰ দৰে বন্ধু হ’ম

যদি তুমি মোক বুজা