আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই বিজ্ঞানীলৈ চিকিৎসাৰ ন’বেল প্ৰদান

pc- The Indian Express

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই বিজ্ঞানীলৈ চিকিৎসাৰ ন’বেল প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই বিজ্ঞানীলৈ চিকিৎসা যুগান্তকাৰী উদ্ভাৱনৰ বাবে ২০২১ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ন’বেল কমিটীৰ সচিবপ্ৰধান থমাছ পার্লমানে তাপ আৰু স্পৰ্শৰ কাৰণে ৰাসায়নিক গাঁথনি (ৰিছিপ্টছ) আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুই চিকিৎসা বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আর্ডেম পাটাপ’টিয়ানলৈ ২০২১ বৰ্ষৰ চিকিৎসাৰ ন’বেল বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰে।