ভূপেন্দ্ৰ পেটেলে গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

pc- Business Standard

ভূপেন্দ্ৰ পেটেলে গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ শীৰ্ষ পদৰ বাবে মনোনীত হোৱাৰ এদিন পিছত বিজেপি নেতা ভূপেন্দ্ৰ পেটেলে গুজৰাটৰ ১৭ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৬৫ বছৰীয়া বিজয় ৰুপানীয়ে পাঁচ বছৰ শাসনত থকাৰ পিছত গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত দলটোৱে ৫৯ বছৰীয়া ব্যক্তিজনক বাছনি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

(RT)