বিকি কৌশলৰ “চৰ্দাৰ উধম সিং” ছবিখন অ’টিটি মুক্তি পাব

pc- Pinkvilla

বিকি কৌশলৰ “চৰ্দাৰ উধম সিং” ছবিখন অ’টিটি মুক্তি পাব

অনলাইন বাৰ্ত্তাসেৱা- অভিনেতা বিকি কৌশলৰ ছবি ‘চৰ্দাৰ উধম সিং’ অটিটি মুক্তি পাব বুলি জানিব পৰা গৈছে। প্ৰতিবেদন অনুসৰি, দশেৰা সপ্তাহান্তত ‘চৰ্দাৰ উধম সিং’ৰ প্ৰিমিয়াৰ পোনপটীয়াকৈ আমাজন প্ৰাইমত দিয়া হ’ব। চলচ্চিত্ৰখন ছবিগৃহত মুক্তিৰ বাবে আছিল, অৱশ্যে, এক অভূতপূৰ্ব পৰিস্থিতিৰ ফলত অ’টিটি মুক্তি লাভ কৰিব বুলি, প্ৰতিবেদনত যোগ দিয়া হৈছে।

 

(RT)