পুৰুষৰ ইউএছ অপেন ২০২১ ফাইনেলত দানিল মেদভেদেভে নোভাক জকোভিচক পৰাস্ত

pc- CBS Sports

পুৰুষৰ ইউএছ অপেন ২০২১ ফাইনেলত দানিল মেদভেদেভে নোভাক জকোভিচক পৰাস্ত

অনলাইন বাৰ্ত্তাসেৱা- পুৰুষৰ ইউএছ অপেন ২০২১ৰ একক ফাইনেলত বিশ্বৰ প্ৰথম স্থানত থকা নোভাক জকোভিচক বিশ্বৰ দ্বিতীয় স্থানত থকা দানিল মেদভেদেভে ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে।মেদভেদেভে তেওঁৰ তৃতীয় গ্ৰেণ্ড শ্লেম ফাইনেলত অংশগ্ৰহণ কৰিছিল।

 

(RT)