আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||
আজি জেঠ মাহৰ ১১ তাৰিখ বুধবাৰ, ইংৰাজী ২৬ মে | শুক্লাপক্ষ, পূৰ্ণিমা তিথি, আবেলি ৪/৪৩/৩৪ মি. লৈ |
সূৰ্য্যোদয় = ৪/৩৬/৪০ মি.
সূৰ্য্যোস্থয় = ৬/৪/৫০ মি.
জন্মত= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰবৰ্ন, দেৱগন, বৰুণ যোগ |
আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান |
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি পাব |
বৃষ = সামাজিক সন্মান লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হোৱাৰ যোগ |
কৰ্কট = শুভ সংবাদ লাভে মনত আনন্দ দিব |
সিংহ= ধন আগমন বৃদ্ধি পাব |
কন্যা = অপযশ পোৱাৰ যোগ আছে, সাৱধান হব |
তুলা = সঞ্চয় বৃদ্ধিয়ে মনত আনন্দ দিব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = ন্যাৰ্য প্ৰাপ্তিৰ যোগ চলিছে |
মকৰ= এলাহ বৃদ্ধিয়ে ক্ষতি কৰিব পাৰে |
কুম্ভ = মনৰ উতসাহ হীনতাত ভোগীব |
মীন = বন্ধুৰ আগমনত আনন্দিত হব