মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ ৰচিত কীৰ্ত্তন-ঘোষাত প্ৰতিফলিত ভক্তিতত্ত্ব – প্ৰাণ প্ৰতিমা বড়া
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ ৰচিত কীৰ্ত্তন-ঘোষাত প্ৰতিফলিত ভক্তিতত্ত্ব প্ৰাণ প্ৰতিমা বড়া গুৱাহাটী কীৰ্ত্তন-ঘোষা মহাপুৰুষ শংকৰদেৱৰ ধৰ্মীয় আৰু সাহিত্যিক জীৱনৰ অক্ষয় কীৰ্ত্তিস্বৰূপ। কীৰ্ত্তন-ঘোষা Read more









