ৰেগিংৰ বিৰুদ্ধে কঠোৰতা-স্বাগতা বৰুৱা গোস্বামী

ৰেগিংৰ বিৰুদ্ধে কঠোৰতা বিশ্ববিদ্যালয় এখনত পঢ়া সকলো ল’ৰা-ছোৱালীৰে সৰুৰেপৰা এটা সপোন থাকে।এই সপোন পুৰণৰ বাবে অশেষ শ্ৰম ত্যাগ কৰিব লগা Read more

অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ…..-  অংকুৰ কলিতা

অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ….. জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰে আৰম্ভ হোৱা অসমীয়া চলচ্চিত্রই এক বর্ণিল পৰিক্ৰমা অতিক্রম কৰিছে; বহু ঘাত-প্রতিঘাত, উত্থান-পতনৰ Read more

সত্যৰ প্ৰকাশ- ব্ৰহ্মাকুমাৰ আকাশ সাহা

সত্যৰ প্ৰকাশ পৃথিৱীৰ সকলো ব্যৱস্থাৰে কোনোবা এজন মুৰব্বী বা নিয়ন্ত্রক থাকে যিয়ে সেই ব্যৱস্থাটোৰ যত্ন লৈ থাকে। আমি পৃথিৱীৰ প্ৰাকৃতিক, Read more

আহ্নিকাঞ্জলি… – সংগীতা মাইনা ডেকা

আহ্নিকাঞ্জলি…  তোমাক পাহৰিব খোজোঁ মই, কলমৰ ভাষাবোৰ নিৰৱে বুটলি বুটলি…..! ৰ’দাল পথৰ তুমি নামৰ ছায়াই পৰাণ জুৰাবলে অপাৰগ আছিল সেয়ে Read more

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুলৰ আত্মসমর্পণ

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুলৰ আত্মসমর্পণ ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত আত্মসমৰ্পণ কৰিলে শেহতীয়াকৈ ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং Read more

দৈনন্দিন জীৱনত হোৱা ৰেগিং- শৈলেন কুমাৰ

দৈনন্দিন জীৱনত হোৱা ৰেগিং সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা সৰ্বাধিক চৰ্চাৰ বিষয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড ৷ সময়ে সময়ে Read more

হিন্দু সমাজক অপমান কৰা বদৰুদ্দিন আজমলৰ জুমুঠি দাহ অসম তৃণমূল কংগ্ৰেছৰ

হিন্দু সমাজক অপমান কৰা বদৰুদ্দিন আজমলৰ জুমুঠি দাহ অসম তৃণমূল কংগ্ৰেছৰ ৰঙিলী বাৰ্ত্তাসেৱা– লোকসভাৰ সাংসদ বদৰুদ্দিন অজমলে হিন্দু সমাজক লৈ Read more