ৱেষ্ট ইণ্ডিজৰ লেণ্ডল চিমন্সে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

Pc Latestly

ৱেষ্ট ইণ্ডিজৰ লেণ্ডল চিমন্সে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৱেষ্ট ইণ্ডিজৰ অপেনাৰ লেণ্ডল চিমন্সে ৩৭ বছৰ বয়সৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। “মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এই অধ্যায়টো সমাপ্ত কৰিছো চিমন্সে ১৪৪ খন মেচ খেলিছে আৰু সকলো ফৰ্মেটৰ পৰা ৩,৭৬৩ ৰাণ সংগ্ৰহ কৰিছে। মই সুযোগবোৰৰ বাবে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলক ধন্যবাদ জনাব বিচাৰো,” টুইটাৰত চিমন্সে লিখিছে।ৱেষ্ট ইণ্ডিজৰ হৈ চিমন্সে শেষবাৰৰ বাবে ২০২১ চনৰ টি-২০ বিশ্বকাপত খেলিছিল।